Local, Vocal, Global

WATCH | Massive fire breaks out: হোজাইৰ যোগীজান বজাৰত বিধ্বংসী অগ্নিকাণ্ড

নিউজ ডেস্ক,২৬মে’ : হোজাইৰ যোগীজান বজাৰত বিধ্বংসী অগ্নিকাণ্ড

অগ্নিকাণ্ডত জাহ যায় ১০ খনকৈ দোকান(Massive fire breaks out)

ভস্মীভূত হয় ৫০ লক্ষাধিক টকাৰ সা-সামগ্ৰী

বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত জুইৰ সূত্ৰপাতৰ সন্দেহ

লগতে পঢ়ক : WATCH | Self Reliance through Farming: কৃষি কৰ্মৰে স্বাৱলম্বীতাৰ নিদৰ্শন দাঙি ধৰিছে দেৰগাঁৱৰ মুনীনন্দ্ৰ বৰাই