WATCH | Massive fire breaks out: নগাঁও জেল ৰোডত ভয়ংকৰ অগ্নিকাণ্ড
নিউজ ডেস্ক,২৪মে’ : নগাঁও জেল ৰোডত ভয়ংকৰ অগ্নিকাণ্ড ।
অগ্নিকাণ্ডত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু এগৰাকী মহিলাৰ।
মৃত মহিলাগৰাকীৰ নাম অমৰুণ খাতুন(Massive fire breaks out)।
এখন দোকানত শ্বট চাৰ্কিট হৈ জুইৰ সূত্রপাতৰ সন্দেহ।
অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে জুই।
লগতে পঢ়ক : WATCH | Srinkhal Chaliha : ‘অসমীয়াক অপমান কৰা তনু শ্বাহীক গ্ৰেপ্তাৰ কৰিবই লাগিব’