WATCH | Massive fire breaks out: শিৱসাগৰ জয়সাগৰত ভয়ংকৰ অগ্নিকাণ্ড
শিৱসাগৰ,২০মে’ : শিৱসাগৰ জয়সাগৰত ভয়ংকৰ অগ্নিকাণ্ড।
জয়সাগৰৰ এন এম আৰ মটৰ্চ ই-স্কুটী ডিলাৰত অগ্নিকাণ্ড(Massive fire breaks out)।
বৰ্তমানলৈ জানিব পৰা হোৱা নাই অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ।
ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী বাহন উপস্থিত হৈ জুই নিৰ্বাপণৰ চেষ্টা।
লগতে পঢ়ক : WATCH | Drugs seized : কলিয়াবৰৰ জখলাবন্ধাত আৰক্ষীৰ জালত ড্ৰাগছসহ দুই ড্ৰাগছ সৰবৰাহকাৰী