Watch | Massive fire breaks out : গোৰেশ্বৰৰ বাঙালীপাৰাত ভয়ংকৰ অগ্নিকাণ্ড
গোৰেশ্বৰ,১৯এপ্ৰিল : গোৰেশ্বৰৰ বাঙালীপাৰাত ভয়ংকৰ অগ্নিকাণ্ড। অগ্নিকাণ্ডত ফলত লক্ষণ জৈন নামৰ লোকজনৰ ব্যৱসায়িক প্ৰতিষ্ঠান সম্পূৰ্ণ ৰূপে ভস্মীভূত হয়।
অগ্নিনিৰ্বাপক বাহিনী আহি নোপোৱাত নিমিষতে জুইৰ লেলিহান শিখাই আগুৰি ধৰে ব্যৱসায়িক প্ৰতিষ্ঠানটো।
অগ্নিকাণ্ডৰ কাৰণ বৰ্তমানলৈ জানিব পৰা হোৱা নাই(Massive fire breaks out)।
অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত নোহোৱাৰ বাবে স্থানীয় লোকে জুই নিৰ্বাপণৰ চেষ্টা চলাই।
অগ্নিকাণ্ডত ফলত কেইবা লাখ টকাৰ ক্ষয় ক্ষতি।