Local, Vocal, Global

Watch | Massive fire breaks out : বিধ্বংসী অগ্নিকাণ্ড;ভস্মীভূত বাসগৃহ

বিলাসীপাৰা,১৪এপ্ৰিল : বিলাসীপাৰাৰ কাজাইকাটা কেম্পুচৰত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা।

অগ্নিকাণ্ডৰ ফলত গাওঁ খনৰ চুলতান আলীৰ বাসগৃহ জুইত ভস্মীভূত হয়।

সন্ধিয়াৰ ভাগত শ্বৰ্ট চাৰ্কিটৰ ফলত জুই লগাৰ সন্দেহ স্থানীয় ৰাইজৰ(Massive fire breaks out)।

অগ্নিনিৰ্বাপক বাহিনী আৰু স্থানীয় লোকৰ তৎপৰতাত জুই নিৰ্বিপিত হয়।

অগ্নিকাণ্ডৰ ফলত প্ৰায় ১৭/১৮ লাখ টকাৰ ক্ষয়-ক্ষতি হয় বুলি জানিব পৰা গৈছে।

লগতে পঢ়ক :WATCH | Sonari News : সোণাৰিত অনুষ্ঠিত মহিমামণ্ডিত চড়ক পূজা