Local, Vocal, Global

Watch | Massive fire breaks out : বিলাসীপাৰাৰ সাপটগ্ৰামত বিধ্বংসী অগ্নিকাণ্ড;ভস্মীভূত ১০ খনৰো অধিক ব্যৱসায়িক প্ৰতিষ্ঠান

বিলাসীপাৰা,১৩এপ্ৰিল : বিলাসীপাৰাৰ সাপটগ্ৰামত বিধ্বংসী অগ্নিকাণ্ড।

অগ্নিকাণ্ডত ভস্মীভূত ১০ খনৰো অধিক ব্যৱসায়িক প্ৰতিষ্ঠান।

পুৱাৰ ভাগত বজ্ৰপাতৰ শ্বৰ্ট চাৰ্কিটৰ ফলত জুই লগাৰ সন্দেহ স্থানীয় ৰাইজৰ(Massive fire breaks out)।

ঘটনাস্থলীত সাপটগ্ৰাম আৰু বিলাসীপাৰা দুখনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয়।

জুই নিৰ্বাপিত ফলত ওচৰে পাজৰে আৰু দোকান পোহাৰ আৰু কথমপি ৰক্ষা পৰে।

অগ্নিকাণ্ডৰ ফলত প্ৰায় কোটি টকাৰ ক্ষয়-ক্ষতি হয় বুলি জানিব পৰা গৈছে।

লগতে পঢ়ক :WATCH | Robotic Surgery : আজিৰে পৰা আৰম্ভ হ’ল কৰ্কট ৰোগৰ ৰ’বটিক চাৰ্জাৰী