WATCH | Massive fire breaks out: সোণাৰিত ভয়ংকৰ অগ্নিকাণ্ড
সোণাৰি,৯এপ্ৰিল : সোণাৰিত ভয়ংকৰ অগ্নিকাণ্ড।
অগ্নিকাণ্ডত কৃষ্ণ মূড়া নামৰ লোকজনৰ বাসগৃহটো জুইত সম্পূৰ্ণ ভস্মীভূত(Massive fire breaks out)।
ঘটনাস্থলীত অগ্নিনিৰ্বাপন বাহিনীৰ দল উপস্থিত হয় যদিও স্থানীয় ৰাইজৰ তৎপৰতাত অগ্নি নিৰ্বাপন কৰা হয়।
লগতে পঢ়ক : WATCH | Akhil Gogoi : ‘AIUDF বিদায় ল ‘বলৈ ৰৈ আছে,২০২৬ চনত AIUDF শূন্য হৈ যাব’