WATCH | Massive fire breaks out: মাজনিশা দেৰগাঁও নেঘেৰিটিং বৰলাইন গাঁৱত ভয়ংকৰ অগ্নিকাণ্ড
দেৰগাঁও,৮এপ্ৰিল : মাজনিশা দেৰগাঁও নেঘেৰিটিং বৰলাইন গাঁৱত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড।
অগ্নিকাণ্ডৰ ফলত নেঘেৰিটিংৰ নিৱাসী অনিল বাউৰী নামৰ ব্যক্তিজনৰ ঘৰ খন সম্পূৰ্ণ ৰূপে জ্বলি চাৰসাৰ হৈ যায়। অগ্নিকাণ্ডৰ ফলত ঘৰখন জ্বলি যোৱাৰ ফলত পৰিয়ালটোৰ বহুতো যাৱতীয় নথি-পত্ৰৰ লগতে বহু মূল্যৱান সামগ্ৰীসমূহ জুইত যা যায়(Massive fire breaks out)।
দেৰগাঁও অগ্নি নিৰ্বাপক বাহিনীৰ দ’ল আহি জুই নুমুবালৈ সক্ষম। সময় মতে অগ্নিনিৰ্বাপক বাহিনী নহা হ’লে চাহ বাগিচাৰ লাইনৰ বৰলাইনৰ বহু কেইখন ঘৰত অগ্নিকাণ্ড সংঘটিত হ’ল হয়।
লগতে পঢ়ক : WATCH | Nagaon News : বঢ়মপুৰ সমষ্টিত ভাৰতীয় জনতা পাৰ্টিত যোগদান কাৰ্যসূচী