Local, Vocal, Global

WATCH | Massive fire breaks out:দেৰগাঁৱৰ ৰঙামাটিত ভয়ংকৰ অগ্নিকাণ্ড

দেৰগাঁও,৩এপ্ৰিল : দেৰগাঁৱৰ ৰঙামাটিত নিশা ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা।

জুইত জাহ গ’ল বাসগৃহ লগতে কেইবালাখ টকাৰ সা-সম্পত্তি ।

জীৱন দাস নামৰ লোকজনৰ ঘৰত সংঘটিত হয় এই অগ্নিকাণ্ড(Massive fire breaks out)।

ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনী আৰু আৰক্ষী উপস্থিত হোৱাৰ ফলত সমগ্ৰ অঞ্চলটোৰ বিস্তৰ ক্ষতি হোৱাৰ পৰা ৰক্ষা পৰে ৷

সন্দেহ অনুসৰি শ্বত শ্বাৰ্কিটৰ বাবে এই ঘটনা সংঘটিত হয় ৷

লগতে পঢ়ক : WATCH | Massive fire breaks out: কামৰূপৰ ৰৌমাৰীত বিধ্বংসী অগ্নিকাণ্ড