Massive Cache of Weapons Recovered:পুনৰ হিংসাজৰ্জৰ মণিপুৰত সেনাৰ অভিযানত উদ্ধাৰ বিশাল অস্ত্ৰভাণ্ডাৰ
নিউজ ডেস্ক,২৭জানুৱাৰী : পুনৰ হিংসাজৰ্জৰ মণিপুৰত সেনাৰ অভিযানত উদ্ধাৰ বিশাল অস্ত্ৰভাণ্ডাৰ ৷ ধাৰাবাহিকভাৱে চলা অভিযানত উদ্ধাৰ ৩৫টা মাৰণাস্ত্ৰ((Massive Cache of Weapons Recovered)৷
উদ্ধাৰ ৫টা 9mm পিষ্টল, এটা স্নাইপাৰ ৰাইফল, দুটা বেৰেল ৰাইফল৷ গ্ৰেণেড, বিস্ফোৰকো উদ্ধাৰ হৈছে সেনাৰ অভিযানত৷ সেনা, আছাম ৰাইফলছ, মণিপুৰ আৰক্ষীয়ে চলাইছিল যৌথ অভিযান৷ থৌবাল, টেংগনৌপাল, বিষ্ণুপুৰ, চাৰ্চেণ্ডপুৰত চলিছিল এই অভিযান(Massive Cache of Weapons Recovered during joint operation in Manipur)৷
লগতে পঢ়ক :Tragic Incident in Arunachal: অৰুণাচললৈ ফুৰিবলৈ গৈ দুৰ্ঘটনাত পতিত দুটা পৰিয়াল