Local, Vocal, Global

Watch | Massive burglary in Bhayapuri: বঙাইগাঁও জিলাৰ অভয়াপুৰীত বৃহৎ চুৰিকাণ্ড

অভয়াপুৰী: বঙাইগাঁও জিলাৰ অভয়াপুৰীত বৃহৎ চুৰিকাণ্ড।ঘৰত কোনো নথকাৰ সুযোগতে চোৰে চলাই চাফাই অভিযান। অভয়াপুৰীৰ শিক্ষয়িত্ৰী ডেইজি কলিতা সহ সপৰিয়ালে পশ্চিম বংগ লৈ ভ্ৰমন কৰিবলৈ যোৱাৰ সময়তে চোৰে লুটপাট চলায়। লকাৰ ভাঙি প্ৰায় ৮ লাখ টকাৰ মূল্যৰ সোনৰ অলংকাৰ চুৰি। ঘটনাস্থলীত আৰক্ষী উপস্থিত।