Local, Vocal, Global

Martyred CRPF Jawan’s Mortal Remains Arrive in Guwahati : ছত্তীশগড়ত মাওবাদীৰ আক্ৰমণত ছহিদ জোৱানলৈ শ্ৰদ্ধাঞ্জলি

নিউজ ডেস্ক, ১ ফেব্ৰুৱাৰী : মাতৃভূমিত ছহিদ লম্বোধৰ সিংহৰ নশ্বৰদেহ। বৃহস্পতিবাৰে পুৱাই মাতৃভূমি লৈ আনে চি আৰ পি এফৰ জোৱান তথা অসম সন্তান লাম্বোধৰ সিংহাৰ নশ্বৰদেহ ।বৃহস্পতিবাৰে পুৱাই বিমানযোগে চেন্নাইৰ পৰা বৰঝাৰ বিমান বন্দৰ লৈ আনে ছহিদ গৰাকীৰ মৃতদেহ(Martyred CRPF Jawan’s Mortal Remains Arrive in Guwahati) ।

পুৱাই বিমান বন্দৰত আহি পোৱাৰ লগে লগে বিমান বন্দৰতে বীৰ ছহিদ জোৱানজনক সামৰিক মৰ্যাদাৰে শ্ৰদ্ধা জনোৱা হয়। চি আৰ পি এফৰ উচ্চ পদস্ত বিষয়াৰ লগতে বি টি চি প্ৰধান প্ৰমোদ বড়োসহ বহু বিষয়াই জোৱানজনৰ প্ৰতি শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। ইয়াৰ পিছতে ছহিদ জিদি লম্বোধৰ সিংহৰ নশ্বৰদেহ নিজ গৃহ লৈ নিয়া হ’ব(Martyred CRPF Jawan’s Mortal Remains Arrive in Guwahati, Assam; Tributes Paid by Assam Police and BTC CEM)।

উল্লেখ্য যে ছত্তীশগড়ত মাওবাদীৰ আক্ৰমণত ছহিদ হৈছিল ৩জন জোৱান নিহত লগতে গুৰুতৰভাৱে আহত হৈছিল ১৪জন জোৱান ।

লগতে পঢ়ক :3 CRPF personnel killed, 15 injured in Maoist attack : নক্সালবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত সংঘৰ্ষ;সংঘৰ্ষত ছহিদ ৩গৰাকী আৰক্ষী জোৱান,আহত ১৪গৰাকী