Local, Vocal, Global

Manu Bhaker wins India’s first medal in women’s shooting : পেৰিছ অলিম্পিকত ইতিহাস সৃষ্টি কৰিলে শ্বুটাৰ মানু ভাকেৰে

নিউজ ডেস্ক,২৮জুলাই : পেৰিছ অলিম্পিকত ভাৰতৰ জয়যাত্ৰা অব্যাহত । পেৰিছ অলিম্পিকত ইতিহাস সৃষ্টি কৰিলে শ্বুটাৰ মানু ভাকেৰে। মহিলাৰ ১০ মিটাৰ এয়াৰ পিষ্টল প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ কৰে মানু ভাকেৰে(Manu Bhaker Clinches Historic Bronze in Women’s 10m Air Pistol)।

পেৰিছ অলিম্পিকত ভাৰতৰ এয়া প্ৰথম পদক। ১০ মিটাৰ এয়াৰ পিষ্টলত ব্ৰঞ্জৰ পদক লাভ কৰি অলিম্পিক পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা শ্বুটাৰ হিচাপে পৰিগণিত হৈছে মানু ভাকেৰে।

মানু ভাকেৰক জয়ৰ পিছত অভিনন্দন জনাই ভাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে(Manu Bhaker wins India’s first medal in women’s shooting)।

লগতে পঢ়ক : Delhi Police raids in Nagaon : নগাঁৱত দিল্লী আৰক্ষীৰ অভিযান