Local, Vocal, Global

Manu Bhaker misses hat-trick, finishes 4th in 25m pistol final : মহিলাৰ শ্বুটিঙৰ ২৫ মি এয়াৰ পিষ্টলৰ ফাইনেলত ৪ৰ্থ স্থানত ভাৰতীয় মহিলা শ্বুটাৰ মনু ভাকৰ

নিউজ ডেস্ক,৩আগষ্ট : পেৰিছ অলিম্পিকৰ ২৫ মিটাৰ পিষ্টল ইভেণ্টৰ ফাইনেলত পদকৰ হেটট্ৰিকত ব্যৰ্থ হ’ল মনু ভাকেৰ। মহিলাৰ শ্বুটিঙৰ ২৫ মি এয়াৰ পিষ্টলৰ ফাইনেলত ৪ৰ্থ স্থানত ভাৰতীয় মহিলা শ্বুটাৰ মনু ভাকৰ(Manu Bhaker misses hat-trick, finishes 4th in 25m pistol final)।

চলিত অলিম্পিকত দুটাকৈ ব্ৰঞ্জৰ পদক লাভ কৰি অভিলেখ গঢ়িবলৈ সক্ষম হৈছে মনু ভাকেৰ। পেৰিছত দক্ষতাৰে নিজকে জিলিকাই তুলিবলৈ সক্ষম হৈছে তাৰকা শ্বুটাৰগৰাকীয়ে।

লগতে পঢ়ক :Large quantity of phlegm syrup was seized in Gauripur : গৌৰীপুৰ আৰক্ষীয়ে জব্দ কৰে বুজন পৰিমানৰ কফ ছিৰাফ