WATCH | Mann Ki Baat : দেৰগাঁৱৰ ২নং বাৰ্ডত প্ৰধানমন্ত্ৰীৰ ‘মন কী বাত’ কাৰ্যসূচী
দেৰগাঁও,২৫মে’ : পূৰ্বৰ দেৰগাঁও সমষ্টি বৰ্তমান টিয়ক সমষ্টিৰ ৪০নং উত্তৰ পৰ্বতীয়া জনজাতি গাওঁ পঞ্চায়তৰ অন্তৰৰ্গত ২নং বাৰ্ডত আজি মাননীয় প্ৰধানমন্ত্ৰীৰ ‘মন কী বাত’ কাৰ্যসূচী ৰূপায়ন কৰা হয়(Mann Ki Baat)।
দেশ মাতৃক সুৰক্ষিত কৰা ভাৰতীয় সেনা জোৱান সকলে দেখুৱা অদম্য সাহস আৰু দেশপ্ৰেমৰ প্ৰতি শ্ৰদ্ধা জনাই অনুস্থিত কৰা বিশাল ত্ৰিৰংগা যাত্ৰা কৰা হয়। এই যাত্ৰাত অংশ গ্ৰহন কৰে ৪০ নং পঞ্চায়তৰ ৪ নং বুথৰ আঞ্চলিক সদস্যা ৰিমজিম দলে ,বুথৰ সভাপতি ৰাজু দলে আৰু ৱাডৰ সমূহ সদস্য আৰু স্থানীয় ৰাইজে। সকলোৱে ভাৰত মাতা কি জয় ধ্বনি দি তিৰংগা যাত্ৰা কৰি বীৰ জোৱানক মনোবল বৃদ্ধি কৰে।
লগতে পঢ়ক : WATCH | Mann Ki Baat : ছিপাঝাৰৰ চেঙেলীয়াঝাৰত “মন কী বাত” আৰু তিৰংগা যাত্ৰা