Local, Vocal, Global

Manipuri Man Arrested In Guwahati With Gun Shot Wound : গুৱাহাটীৰ হোটেলত গুলীবিদ্ধ মণিপুৰৰ যুৱক; আটক গুলীবিদ্ধ যুৱকজন

নিউজ ডেস্ক,২৪মাৰ্চ : গুৱাহাটীৰ হোটেলত গুলীবিদ্ধ মণিপুৰৰ যুৱক । গুলীবিদ্ধ যুৱকজন লুনমি চেই লেঙগিনমাং বুলি চিনাক্ত । সোঁভৰিৰ আঁঠুৰ তলত গুলীবিদ্ধ লুনমি চেই ।

সম্প্ৰতি GMCH ত চিকিৎসাধীন লুনমি চেই(Manipuri Man Arrested In Guwahati With Gun Shot Wound) ।

লুনমি চেই লেঙগিনমাং উগ্ৰপন্থী সংগঠনৰ সদস্য । মহানগৰ আৰক্ষীয়ে আটক কৰিছে যুৱকজনক ।

লগতে পঢ়ক : Cattle Smuggling in Chapar : চাপত চোৰাং গৰুসহ আটক দুই সৰবৰাহকাৰী