Manipur Student’s Union President Abducted : সদৌ মণিপুৰ ছাত্ৰ সন্থা’ৰ সভাপতিক অপহৰণ

নিউজ ডেস্ক, ২১ ফেব্ৰুৱাৰী : সদৌ মণিপুৰ ছাত্ৰ সন্থা’ৰ সভাপতিক অপহৰণ । আন এগৰাকী ছাত্ৰ নেতাসহ হৰিদেব শৰ্মাক অপহৰণ দুৰ্বৃত্তৰ । ইম্ফল বিশ্ববিদ্যালয়ৰ মুল গেইটৰ পৰা অপহৰণ দুয়োকে(Manipur Student’s Union President Abducted)
মণিপুৰৰ ৰাজধানী ইম্ফলত দিন দুপৰতে সংঘটিত হয় এই ঘটনা । নিশা পশ্চিম ইম্ফলৰ ফায়েঙত আনগৰাকী ছাত্ৰ নেতাক মুকলি ।
এই পৰ্যন্ত সন্ধান নাই ‘সদৌ মণিপুৰ ছাত্ৰ সন্থা’ৰ সভাপতি হৰিদেব শৰ্মাৰ(AMSU president kidnapped from Manipur University gate) ।
অৱশ্যে এই সন্দৰ্ভত এতিয়াও দায়িত্ব স্বীকাৰ কৰা নাই সংগঠনটোৱে(AMSU president kidnapped at Manipur University gate)।
লগতে পঢ়ক :Tragic Road Accident in Duliajan : তীব্ৰবেগী ট্ৰাকে মহতিয়াই নিলে শিক্ষয়িত্ৰীক