Local, Vocal, Global

Manipur CM N Biren Singh resigns: মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ পদত্যাগ

নিউজ ডেস্ক,৯ফেব্ৰুৱাৰী : মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ পদত্যাগ(Manipur CM N Biren Singh resigns)৷

ৰাজ্যপালৰ হাতত এন বীৰেন সিঙে অৰ্পণ কৰে পদত্যাগ পত্ৰ ৷

আজি ৰাজ্যপাল অজয় কুমাৰ ভাল্লাক ৰাজভৱনত সাক্ষাৎ কৰি পদত্যাগ পত্ৰ প্ৰেৰণ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ।

পদত্যাগ পত্ৰ প্ৰদান কৰাৰ সময়ত তেওঁক সংগ দিয়ে বহু কেইজন মন্ত্ৰী-বিধায়কে ।

লগতে পঢ়ক :Atishi resigns as Delhi CM: দিল্লীৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ আতিশী মাৰ্লেনাৰ