Local, Vocal, Global

WATCH | Mangaldoi News : বঙালাগড় সাপ্তাহিক বজাৰ অহা বৃহস্পতি বাৰ আৰু শুকুৰবাৰে অনুষ্ঠিত হ’ব

মঙলদৈ,৩জুন : বঙালাগড় সাপ্তাহিক বজাৰ অহা বৃহস্পতিবাৰ আৰু শুকুৰবাৰে অনুষ্ঠিত হ’ব।

যোৱা ৩০ জুন তাৰিখে প্ৰাকৃতিক দুৰ্যোগৰ বাবে বন্ধ হৈছিল বজাৰ খন(Mangaldoi News)।

বজাৰ পৰিচালনা সমিতিৰ আবেদন মৰ্মে অহা ৫ জুন বৃহস্পতি বাৰ আৰু ৬ জুন শুকুৰবাৰে বজাৰ অনুষ্ঠিত কৰিবলৈ জিলা প্ৰশাসনে অনুমোদন জনায়।

উল্লেখ যোগ্য যে ঈদ উৎসৱৰ বাবে এই সিদ্ধান্তত গ্ৰহণ বজাৰ সমিতি আৰু জিলা প্ৰশাসনৰ।

বঙলাগড় বজাৰৰ লগত জড়িত সকলো ক্ৰেতা বিক্ৰেতাক বৃহস্পতিবাৰ আৰু শুকুৰবাৰে বজাৰলৈ আহিব আহ্বান জনায়।

লগতে পঢ়ক : WATCH | Sonari News : বিজেপি চৰকাৰৰ দিনত হোৱা উন্নয়নৰ নমুনা