Local, Vocal, Global

WATCH | Mangaldoi News : মঙলদৈৰ পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা কেন্দ্ৰত অঘটন

মঙলদৈ,১২মে’ : মঙলদৈৰ পঞ্চায়ত নিৰ্বাচনৰ ভোট গণনা কেন্দ্ৰত অঘটন।

মঙলদৈ মহাবিদ্যালয়ৰ পঞ্চায়ত নিৰ্বাচনৰ গণনা কেন্দ্ৰত বান্দিয়া পঞ্চায়ত ৯নং ওৱাৰ্ডৰ প্ৰাৰ্থী কাশ্মিৰী চাহনাজ নামৰ মহিলা এগৰাকী অচেতন হৈ বাগৰি পৰে(Mangaldoi News)।

ততাতৈয়াকৈ অসুস্থ্য মহিলাগৰাকী এম্বুলেন্সৰ সহায়ত মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

লগতে পঢ়ক : WATCH | Road Accident : চাপৰৰ হাতীপোতাস্থিত ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা