Local, Vocal, Global

Mangaldoi News: বৰাকভেলীত থকা খিলঞ্জীয়া লোকৰ অস্তিত্ব নাই : শৃংখল চলিহা

মঙলদৈ,২১নৱেম্বৰ : বৰাকভেলিৰ ক্ষেত্ৰত আমাৰ ক’ব লগা একো নাই।

বৰাকভেলীত থকা খিলঞ্জীয়া লোকৰ অস্তিত্ব নাই।

বৰাকে অসমৰ জনবিন্যাস সলনি কৰিছে(Mangaldoi News)।

সেয়ে অসমৰ মানচিত্ৰৰ পৰা বৰাকভেলীক এৰি দিবলৈ বাৰম্বাৰ দাবী জনায় আহিছোঁ।

বৰাক ভেলীৰ সৰহ সংখ্যক লোক বাংলাদেশী মূলৰ।

মঙলদৈত উপস্থিত হৈ কৰিমগঞ্জ জিলাৰ নতুন নাম শ্ৰীভূমি কৰা সন্দৰ্ভত সাংবাদিকৰ আগত মন্তব্য বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ।

লগতে পঢ়ক :Book fair venue temporarily shifted for flyover work:১২ দিনীয়া কাৰ্যসূচীৰে ২৭ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব বহু প্ৰতীক্ষিত “অসম গ্ৰন্থমেলা