WATCH | Mangaldoi News : মঙলদৈত এইবাৰ চোৰৰ টাৰ্গেত বিদ্যালয়ৰ সামগ্ৰী
মঙলদৈ,৭এপ্ৰিল : মঙলদৈত এইবাৰ চোৰৰ টাৰ্গেত বিদ্যালয়ৰ সামগ্ৰী।
দেওবাৰে নিশা চোৰে চাফাই অভিযান চলালে উত্তৰ মঙলদৈ হাইস্কুলত।
উত্তৰ মঙলদৈ হাইস্কুলৰ পৰা চোৰে লুটি নিলে ২ কৈ দামী বেটাৰী,চ’লাৰ আৰু বিভিন্ন সামগ্ৰী(Mangaldoi News)।
এই ঘটনা পোহৰলৈ অহাৰ পিছতে স্কুলত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে ।
মঙলদৈত সঘনাই চুৰি কাণ্ড হৈ থকাত সাধাৰণ ৰাইজ অতিষ্ঠ হৈ পৰিছে।