Local, Vocal, Global

WATCH | Mangaldoi News : মঙলদৈত সাংবাদিকৰ প্ৰতিবাদী কাৰ্যসূচী

মঙলদৈ,২৬মাৰ্চ : মঙলদৈত সাংবাদিকৰ প্ৰতিবাদী কাৰ্যসূচী।

ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে মঙলদৈ প্ৰেছ ক্লাবৰ উদ্যোগত একাংশ সাংবাদিকে ৰূপায়ন কৰে প্ৰতিবাদ।

সাংবাদিক দিলোৱাৰ হুছেইনক গ্ৰেপ্তাৰ কৰা কাৰ্যক গৰিহণা মঙলদৈ প্ৰেছ ক্লাবৰ সাংবাদিক সকলৰ(Mangaldoi News)।

কলা বেজ পৰিধান কৰি প্ৰতিবাদ সাব্যস্ত। লগতে অনতিপলমে সাংবাদিক গৰাকীক মুক্তি দিয়াৰ দাবী জনায়।

লগতে পঢ়ক : WATCH | Road Accident : ঐতিহাসিক গড়গাঁও কাৰেংৰ মূল প্ৰৱেশদ্বাৰ বৰদুৱাৰমুখত ভয়ংকৰ পথ দুৰ্ঘটনা