WATCH | Mangaldoi News : মঙলদৈত বিজেপিৰ প্ৰতিবাদ

মঙলদৈ,২৫মাৰ্চ : মঙলদৈত বিজেপিৰ প্ৰতিবাদ। সমগ্ৰ ৰাজ্যৰ লগতে মঙলদৈতো প্ৰতিবাদ সাব্যস্ত কৰে বিজেপিয়ে(Mangaldoi News)।
বিধানসভাৰ সভাৰ মজিয়াত বিধায়ক নুৰুল হুদাই বিধানসভাৰ উপাধ্যক্ষ ডাঃ নোমল মমিনক কৰা আচৰণত ক্ষুন্ন হৈ বিজেপিয়ে মঙলদৈ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ওচৰত প্ৰতিবাদ সাব্যস্ত কৰে।
বিধায়ক নুৰুল হুদাক বিধানসভাৰ পৰা বহিষ্কাৰ কৰিবলৈ আহ্বান বিজেপি দৰং জিলা সমিতিৰ।
লগতে পঢ়ক : WATCH | Arunachali liquor seized : শোণিতপুৰৰ চাৰিদুৱাৰত বৃহৎ পৰিমাণৰ অৰুণাচলী সুৰা জব্দ