Local, Vocal, Global

WATCH | Mangaldoi News: মঙলদৈত কৈবত্ৰ সমাজৰ বিশাল শোভাযাত্ৰা

মঙলদৈ,৯মাৰ্চ : মঙলদৈত কৈবত্ৰ সমাজৰ বিশাল শোভাযাত্ৰা।

হাজাৰ বছৰ পুৰণি কৈবত্ৰ সম্প্ৰদায়ৰ ৩৮ সংখ্যক অধিবেশনৰ কাৰ্যসূচী হিচাপে শোভাযাত্ৰাৰ আয়োজন কৰিছে(Mangaldoi News)।

দৰঙৰ বিভিন্ন কৃষ্টি সংস্কৃতিৰে সমাহাৰ ঘটাই মঙলদৈ চহৰৰ মাজেৰে শোভাযাত্ৰা উলিওৱা হয়।

লগতে পঢ়ক : WATCH | Doom Dooma News: অইল ইণ্ডিয়া লিমিটেডৰ ৩০৯ নং ৰিগৰ পৰা অহৰহ গেছ নিৰ্গত