Local, Vocal, Global

Manas National Park: মানাহ ৰাষ্ট্ৰীয় উদ্যানত অঘটন

নিউজ ডেস্ক,২৬ছেপ্তেম্বৰ : মানাহ ৰাষ্ট্ৰীয় উদ্যানত অঘটন।

অসুস্থ অৱস্থাত উদ্ধাৰ এটা গঁ‌ড়(Manas National Park)।

বাঁহবাৰী বনাঞ্চলৰ কুচিয়াঝাৰত গুৰুতৰভাৱে আহত হয় গঁ‌ড়টো ।

আন গঁ‌ড়ৰ আক্ৰমণত আঘাতপ্ৰাপ্ত হয় গঁ‌ড়টো।

সম্প্ৰতি বন বিভাগৰ নিৰীক্ষণত আছে গঁড়টো।

লগতে পঢ়ক :Assam govt employees will get special casual leave : ৰাজ্য চৰকাৰী কৰ্মচাৰীলৈ গুৰুত্বপূৰ্ণ খবৰ