WATCH | Man dies while bathing in pond: ঘৰৰ কাষতে থকা পুখুৰী সদৃশ গাঁতত গা ধুবলৈ গৈ সলিল সমাধি এগৰাকী বৃদ্ধৰ
চাপৰ,২৯মে’ : চাপৰৰ শিলডাঙাত অঘটন। ঘৰৰ কাষতে থকা পুখুৰী সদৃশ গাঁতত গা ধুবলৈ গৈ সলিল সমাধি এগৰাকী বৃদ্ধৰ। বৃদ্ধ লোকজন লুদু নাথ (৫০) বুলি জানিব পৰা গৈছে(Man dies while bathing in pond)।
বুধবাৰৰ আবেলি গা ধুবলৈ গৈ ঘটে এই অঘটন। অৱশেষত বৃহস্পতিবাৰ দিনা ৰাতিপুৱা SDRF বাহিনীয়ে উদ্ধাৰ কৰে মৃতদেহ। ইতিমধ্যে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ মৰণোত্তৰ পৰিক্ষাৰ বাবে ধুবুৰী লৈ প্ৰেৰণ কৰে। উক্ত ঘটনাই অঞ্চলটোত শোঁকৰ ছাঁ পেলাইছে।
লগতে পঢ়ক : WATCH | Bhogeswar Baruah : অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ নামত নামকৰণ সৰুসজাই ষ্টেডিয়াম