Local, Vocal, Global

Man Died After Being Attacked By Bees : চাঞ্চল্যকৰ ঘটনা;মৌ-মাখিৰ আক্ৰমণত মৃত্যু এজনৰ

নিউজ ডেস্ক, ৯ জানুৱাৰী : মৰিগাঁৱত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। মৰিগাঁৱত মৌ-মাখিৰ আক্ৰমণত মৃত্যু এজন লোকৰ । এই ঘটনাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে মৰিগাঁৱত(Man Died After Being Attacked By Bees ) ।

উল্লেখ্য যে, মৰিগাঁও শ্বহীদ ভৱনৰ সন্মুখত বিগত কিছু দিনৰ পৰা ত্ৰাসৰ সৃষ্টি কৰি আছিল মৌ-মাখিয়ে। মঙ্গলবাৰে পুৱাই মৰিগাঁৱৰ কোৱালিটি নামৰ হোটেলখনৰ স্বত্বাধিকাৰী দীপক নন্দী ওলাই গৈছিলMan Died After Being Attacked By Bees in Morigaon)।

মঙলবাৰে পুৱাই দীপক নন্দী সেই পথৰে গৈ থকাৰ সময়তে মৌমাখিৰ আক্ৰমণৰ সন্মুখীন হয় দীপক নন্দী। মৌমাখিৰ আক্ৰমণত গুৰুতৰভাৱে অসুস্থ হৈ পৰা দীপক নন্দী আৰু মৰিগাওঁ চিভিল হাস্পতালত ভৰ্তি কৰোৱা হয় । কিন্তু হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।

বিগত দুদিন ধৰি মৰিগাঁৱৰ এই পথটোত মৌমাখিৰ জাকটোৱে সন্ত্ৰাসৰ সৃষ্টি কৰি অহাৰ ফলত কেইবাজনো লোক আক্ৰমণৰ সন্মুখীন হৈছে(Businessman Killed in Bee Attack in Morigaon)।

লগতে পঢ়ক :PM Modi Congratulates Sheikh Hasina on Election Victory in Bangladesh : শ্বেখ হাছিনাক অভিনন্দন জ্ঞাপন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ