Watch | Man arrested with Manipuri ganja in Balikatia, Dumdumia: ডুমডুমীয়াৰ বলিকটীয়াত মণিপুৰী গাঞ্জাসহ এজনক আটক

ধিঙ: ডুমডুমীয়াৰ বলিকটীয়াত মণিপুৰী গাঞ্জাসহ এজনক আটক কৰে ৰাইজে ।
গোপন সূত্ৰৰ পম খেদি ৰাইজে আটক কৰে লোক জনক।
দৃত লোকজন বলিকটীয়াৰ আলিম উদ্দীন বুলি জানিব পৰা গৈছে।
লোক জনৰ পৰা প্ৰায় ১কেজি মণিপুৰী গাঞ্জা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
ৰাইজে লোকজনক আটক কৰি স্থানীয় দগাওঁ আৰক্ষীক চমজাই দিয়ে।