Local, Vocal, Global

Man Arrested For Attacking Wild Elephants : বন্যহস্তীক আক্ৰমণৰ অভিযোগত গ্ৰেপ্তাৰ এজন লোকক

নিউজ ডেস্ক, ১২ ডিচেম্বৰ : এইবাৰ বনৰীয়া হাতীক আক্ৰমণ । গোলাঘাটত সংঘটিত হৈছে এই ঘটনাৰ(Man Arrested For Attacking Wild Elephants) ।

উল্লেখ্য যে, গোলাঘাট জিলাৰ বন বিষয়াই বনৰীয়া হাতীক আক্ৰমণ কৰাৰ অপৰাধত এজন লোকক গ্ৰেপ্তাৰ কৰে। আটকাধীন ব্যক্তিজনৰ নাম কমল গোৱালা বুলি জানিবলৈ পৰা গৈছে(Man Arrested For Attacking Wild Elephants In Golaghat)।

প্ৰাপ্ত তথ্য অনুসৰি, গোলাঘাট জিলাৰ থুৰামুখ অভয়জান অঞ্চলৰ মাজেৰে গৈ থকা অৱস্থাত এটা হাতীৰ জাকক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন হৈছে কমল গোৱালাৰ বিৰুদ্ধে। এই অভিযোগৰ পিছতেই গোলাঘাট বন বিভাগৰ এটা দলে অভিযান চলাই বন্যপ্ৰাণী সুৰক্ষা আইনৰ অধীনত আৰু অভিযুক্তক গ্ৰেপ্তাৰ কৰে(Man Apprehended for Attacking Wild Elephants in Golaghat) ।

বৰ্তমান অভিযুক্তজনক জেৰাৰ বাবে জিম্মাত ৰখা হৈছে বুলি এক সূত্ৰই প্ৰকাশ কৰে।

লগতে পঢ়ক :Road Accident in Nagaon : ভয়ংকৰ পথ দুৰ্ঘটনা;নিহত এজন, আহত তিনিজন