Man Allegedly Attempts to Kill Wife in Silchar : পাৰিবাৰিক কন্দলৰ ভয়ংকৰ পৰিণতি

নিউজ ডেস্ক,৩০মাৰ্চ : পাৰিবাৰিক কন্দলৰ ভয়ংকৰ পৰিণতি । ঘৰুৱা কন্দলৰ বাবেই স্বামীয়ে দাৰে ঘপিয়াই হত্যা কৰিলে পত্নীক।(Man Attempts to Kill Wife in Silchar) ।
হত্যা,হিংসা , ধৰ্ষণেৰে গ্ৰাস কৰিছে সমাজক। প্ৰতিদিনেই এনে খবৰেৰে ভৰি থাকে সংবাদ মাধ্যম । কোনোবা খিনিত অনুভৱ হয় দেশৰ ন্যায় ব্যৱস্থাৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰিছে নেকি একাংশ অপৰাধীয়ে । যাৰ বাবে সমাজত বৃদ্ধি পাইছে অপৰাধ প্ৰৱণতা(Sensational Incident)।
কিছুমান নিকৃষ্ট মানসিকতাৰ লোকে নিজৰ আপোনজনকো হত্যা কৰিবলৈ কুণ্ঠাবোধ নকৰে। এইবাৰ বিলাসীপাৰাত সংঘটিত হৈছে আন এক হত্যাকাণ্ডৰ ঘটনা।
ৰাজ্যত পুনত হত্যাকাণ্ড। হত্যা,হিংসাই এক অস্থিৰ পৰিৱেশৰ সূচনা কৰা ৰাজ্যত পুনৰ সংঘটিত হ’ল আন এক জঘণ্য হত্যাকাণ্ড।
শিলচৰত চাঞ্চল্যকৰ হত্যাকাণ্ড। শিলচৰ সোনাইৰোডত শুকুৰবাৰে সংঘটিত হৈছে লোমহৰ্ষক হত্যাকাণ্ড(Man Allegedly Attempts to Kill Wife in Silchar)।
পত্নীক দাৰে ডিঙি কাটি হত্যা কৰিলে অধ্যাপক স্বামীয়ে। মৃত মহিলাগৰাকীৰ নাম কোহিনুৰ বেগম। হত্যাকাৰী স্বামীৰ নাম আফজালুৰ ৰহমান বুলি জানিব পৰা গৈছে । অভিযুক্ত স্বামী শিলচৰ পলিটেকনিক কলেজৰ অধ্যাপক বুলি জানিব পৰা গৈছে ।
বৰ্তমান আৰক্ষীয়ে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।
লগতে পঢ়ক :Cattle Smuggling : ৰূপহীহাটৰ গেৰেকীত গৰু চুৰিক লৈ নিশা উত্তপ্ত পৰিস্থিতি