Local, Vocal, Global

Mamata Banerjee slips and falls while boarding helicopter : পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আঘাতপ্ৰাপ্ত

নিউজ ডেস্ক,২৭ এপ্ৰিল : পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী আঘাতপ্ৰাপ্ত ৷ বাগদোগৰা বিমানবন্দৰত অঘটন(Mamata Banerjee slips and falls while boarding helicopter) ৷

হেলিকপ্টাৰত উঠাৰ সময়তে উজুতি খাই পৰে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ৷ শনিবাৰে সংঘটিত হয় এই ঘটনাটো ।

লগতে পঢ়ক : Miscreants set ablaze man in Tinsukia : অৱশেষত ১১দিনৰ পিছত চিনাক্ত হ’ল তিনিচুকীয়াত উদ্ধাৰ হোৱা অগ্নিদগ্ধ মৃতদেহ