WATCH | Mamata Banerjee : মুছলমানৰ পক্ষত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী
নিউজ ডেস্ক,১৭এপ্ৰিল : মুছলমানৰ পক্ষত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। মুছলমান সকল আজি দুখত আছে। মুছলমানৰ সম্পত্তি কাঢ়ি লৈছে বিজেপিয়ে।
মুছলমানে নিজৰ অধিকাৰ বিচাপৰি প্ৰতিবাদ কৰিছে।
মঞ্চত সনাতন ধৰ্মৰ লোক আৰু মুছলমানক কাষত লৈ বিজেপিৰ বিৰুদ্ধে গৰজি উঠিল মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী. দেশত ৱাকফ আইনক লৈ লাখ লাখ মুছলমানে প্ৰতিবাদ কৰিছে।
ৱাকফ সংশোধনী আইন ২০২৫ লোক সভা.ৰাজ্য সভাত গৃহীত হোৱাৰ পাছেতই দেশৰ মহামহীম ৰাষ্ট্ৰপতিৰ অনুমোদনৰ পাছত আইনত পৰিণত হয়। ইয়াৰ পাছতেই দেশজুৰি মুছলমানৰ প্ৰতিবাদ দেখা পোৱা গৈছে(Mamata Banerjee)।
দেশৰ ভিতৰতে সৰ্ববৃহত প্ৰতিবাদ পশ্চিবংগত দেখা পোৱা গৈছে। পশ্চিবংগৰ প্ৰতিবাদকাৰীৰ কাষত থিয় হৈ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক গৰ্জন। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ পৰা দেশৰ গৃহমন্ত্ৰীক থকা সৰকা মমতা দিদিৰ। মুছলমানৰ কাষত থিয় হৈ কি কলে শুনক।
লগতে পঢ়ক : WATCH | Bhupen Borah : গুৱাহাটীৰ ৰাজীৱ ভৱনত কংগ্ৰেছৰ সংবাদমেল