Local, Vocal, Global

WATCH | Majuli News : মাজুলীৰ ভকত চাপৰিত ৰোগীৰ দুৰৱস্থা

নিউজ ডেস্ক,২০মে’ : চটফটাই থকা ৰোগীক মটৰ চাইকেলেৰে চিকিৎসালয়লৈ নিয়া হৈছে।

মাজুলীৰ ভকত চাপৰিত ৰোগীৰ দুৰৱস্থা।

দলঙৰ অভাৱৰ বাবে নাহে গাঁৱলৈ ১০৮ সেৱা(Majuli News)।

এখন মাৰ নাওঁৱে ভৰসা ১৭গাঁৱৰ ৰাইজৰ।

লগতে পঢ়ক : WATCH | OPERATION SINDOOR : ৰঙিয়াত বিজেপিৰ উদোগত বিশাল তিৰংগা যাত্ৰা