Major Arms And Explosives Cache Unearthed By Security Forces : চুৰাচান্দপুৰৰ বিভিন্ন এলেকাত নিৰাপত্তা বাহিনীৰ অভিযান;অভিযানত জব্দ বুজন পৰিমাণ অস্ত্ৰ আৰু বিস্ফোৰক সামগ্ৰী
নিউজ ডেস্ক,৯জুলাই : চুৰাচান্দপুৰত নিৰাপত্তা বাহিনীৰ অভিযান । চুৰাচান্দপুৰৰ পাহাৰ আৰু উপত্যকা জিলাসমূহত অনুসন্ধান নিৰাপত্তা বাহিনীৰ,অভিযানত নিৰাপত্তা বাহিনীয়ে জব্দ কৰে বুজন পৰিমাণ অস্ত্ৰ আৰু বিস্ফোৰক সামগ্ৰী।লগতে নিৰাপত্তা বাহিনীয়ে তামেংলং জিলাত অভিযান চলাই ফাইটল গাঁৱত লুকাই থকা অস্ত্ৰ-শস্ত্ৰ আৰু সামগ্ৰী উদ্ধাৰ কৰে(Major Arms And Explosives Cache Unearthed By Security Forces In Hill And Valley Districts) । চুৰাচান্দপুৰ জিলাত আনুষংগিক অভিযানত ঘৰতে বনোৱা বিস্ফোৰক সামগ্ৰী দুটা ইম্প্ৰভাইজড পম্পি বোমা উদ্ধাৰ কৰে।
উল্লেখ্য যে, নিৰাপত্তা বাহিনীৰ এই অভিযান বিদ্ৰোহীৰ কাৰ্যকলাপৰ সম্ভাৱ্য হটস্পট হিচাপে চিনাক্ত কৰা অঞ্চলসমূহক লক্ষ্য কৰি অভিযান চলাই ।ইফালে নিৰাপত্তা বাহিনীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে(Major Arms And Explosives Cache Unearthed By Security Forces) ।
লগতে পঢ়ক : Biden Stands Firm, Says “Running Race To End” Despite Criticism : নিৰ্বাচনী যুঁজ অব্যাহত ৰাখিব বাইডেনে