Local, Vocal, Global

Maharashtra,Jharkhand election dates to be announced today : আজি ঘোষণা কৰিব মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ডৰ নিৰ্বাচনৰ দিন

নিউজ ডেস্ক,১৫অক্টোবৰ : আজি ঘোষণা কৰিব মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ডৰ নিৰ্বাচনৰ দিন।

ভাৰতীয় নিৰ্বাচন আয়োগে ঘোষণা কৰিব নিৰ্বাচনৰ দিন(Maharashtra,Jharkhand election dates to be announced today)।

২৬ নৱেম্বৰত সমাপ্ত হ’ব মহাৰাষ্ট্ৰ বিধানসভাৰ কাৰ্যকাল।

২০২৫ চনৰ ৫ জানুৱাৰীত সমাপ্ত হ’ব ঝাৰখণ্ড বিধানসভাৰ কাৰ্যকাল।

লগতে পঢ়ক : APJ Abdul Kalam birth anniversary: আজি ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা মিছাইল মেন ড০ এ পি জে আব্দুল কালামৰ জন্ম-জয়ন্তী