Local, Vocal, Global

Maharashtra, Jharkhand Election Date Announcement : ঝাৰখণ্ড আৰু মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা

নেশ্যনেল ডেস্ক,১৫অক্টোবৰ : ঝাৰখণ্ড আৰু মহাৰাষ্ট্ৰৰ বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা ।নিৰ্বাচন আয়োগে ঘোষণা কৰিলে দিন।

মহাৰাষ্ট্ৰত ২০নৱেম্বৰত অনুষ্ঠিত হ’ব নিৰ্বাচন। মহাৰাষ্ট্ৰৰ ২৮৮টা সমষ্টিত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন। ২৩ নৱেম্বৰত ভোট গণনা। এটা পৰ্যায়তে নিৰ্বাচন হ’ব মহাৰাষ্ট্ৰৰ বিধানসভাৰ নিৰ্বাচন।

ঝাৰখণ্ডত ১৩ নৱেম্বৰত অনুষ্ঠিত হ’ব নিৰ্বাচন ।৮১টা সমষ্টিত অনুষ্ঠিত হ’ব নিৰ্বাচন। ঝাৰখণ্ডত দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব নিৰ্বাচন। ঝাৰখণ্ডত ১৩ নৱেম্বৰত প্ৰথম পৰ্যায়ত নিৰ্বাচন আৰু ঝাৰখণ্ডত ২০নৱেম্বৰত দ্বিতীয় পৰ্যায়ত নিৰ্বাচন। ২৩ নৱেম্বৰত ঝাৰখণ্ডৰ বিধানসভাৰ ফলাফল ঘোষণা হ’ব(Maharashtra, Jharkhand Election Date Announcement)।

লগতে পঢ়ক :Assam’s 5 constituency By-Elections date announced : অসমৰ ৫ সমষ্টিৰ উপ-নিৰ্বাচনৰ দিন ঘোষণা