Local, Vocal, Global

Maharashtra CM Eknath Shinde arrives in Guwahati: গুৱাহাটীত উপস্থিত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে

নিউজ ডেস্ক,২৩অক্টোবৰ : মঙলবাৰে নিশা হঠাতে গুৱাহাটীত উপস্থিত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে।

১৩জনীয়া এটা দলৰ সৈতে মঙলবাৰে নিশা প্ৰায় ৩মান বজাত গুৱাহাটী বিমান বন্দৰত উপস্থিত মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীগৰাকী ।গুৱাহাটী বিমান বন্দৰত মন্ত্ৰী অশোক সিংঘালে আদৰণি জনায় মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীগৰাকীক(Maharashtra CM Eknath Shinde arrives in Guwahati)।

নিশাতো হোটেল ৰেডিশ্যন ব্লুতে কটায় বুধবাৰে পুৱাই পৰিয়ালৰ সৈতে কামাখ্যা ধামত উপস্থিত হয় একনাথ সিন্দে।

লগতে পঢ়ক :Fire Break Out in Dhemaji:ধেমাজিৰ হাতীপৰা চাৰিআলিত বিধ্বংসী অগ্নিকাণ্ড