WATCH | Maha Shivratri : ঐতিহাসিক নেঘেৰিটিং শিৱ দলত লক্ষাধিক ভক্তৰ সমাগম

দেৰগাঁও,২৬ফেব্ৰুৱাৰী : আজি মহা শিৱৰাত্ৰি। আজি অসমৰ বিভিন্ন প্ৰান্তত উদযাপন কৰা হৈছে মহাশিৱৰাত্ৰী। দেৰগাঁও ঐতিহাসিক শিৱ দলটো এদিনীয়াকৈ উদযাপন হৈছে মহাশিৱৰাত্ৰী । শিৱৰাত্ৰী উপলক্ষে অসমৰ বিভিন্ন জিলাৰ ভক্তয়ে ভিৰ কৰা পৰিলক্ষিত হৈছে(Maha Shivratri) ।
দেৱাধিদেৱ মহাদেৱক আৰাধনা-অৰ্চনা-বন্দনা কৰিছে সকলোৱে । এক আধাত্মিক পৰিৱেশে বিৰাজ কৰিছে।
লক্ষাধিক ভক্তই চিৰ আৰাধ্য দেৱতাৰ মহাদেৱৰ আশীৰ্বাদ বিচাৰি ধুপ চাকি নৈবেদ্য আগবঢ়াই সেৱা লোৱা দেখা পোৱা গৈছে।
লগতে পঢ়ক :WATCH |Maha Kumbh Mela : মহাকুম্ভ মেলাত ভিডিঅ’ কলত স্বামীক স্নান কৰালে পত্নীয়ে