WATCH | Maha Shivratri : ছিপাঝাৰৰ পূৰণবাৰী বুঢ়াগোসাঁই নৱনিৰ্মিত মণিকূটত শিৱৰাত্ৰি পূজা উদযাপন
ছিপাঝাৰ,২৬ফেব্ৰুৱাৰী : ছিপাঝাৰৰ পূৰণবাৰী বুঢ়াগোসাঁই নৱনিৰ্মিত মণিকূটত শিৱলিঙ্গ স্থাপন আৰু শিৱৰাত্ৰি পূজা উদযাপন।
মণিকূটত শিৱলিঙ্গ প্ৰতিষ্ঠাৰ পিছতে ধৰ্মীয় শোভাযাত্রা অনুষ্ঠিত হয়।
ধৰ্মীয় শোভাযাত্রাত বিভিন্ন জাতি-জনগোষ্ঠীয় কৃষ্টি-সংস্কৃতি প্ৰদৰ্শন কৰা হয়(Maha Shivratri)।
দুদিনীয়াকৈ অনুষ্ঠিত কৰা মণিকূটত শিৱলিঙ্গ প্ৰতিষ্ঠা আৰু শিৱৰাত্ৰি পূজাত সহস্রাধিক ভক্তৰ সমাগম হয়।
আজি অনুষ্ঠিত হোৱা ধৰ্মালোচনী সভাত কেইবাগৰাকীও বিশিষ্ট বক্তিয়ে অংশগ্রহণ কৰে।
লগতে পঢ়ক :WATCH | Road Accident : ট্ৰেক্টৰ আৰু মটৰ চাইকেলৰ মাজত সংঘৰ্ষ;আহত দুই বাইক আৰোহী