Local, Vocal, Global

WATCH | Maha Shivratri : ডবকাৰ আকাশীগঙ্গাত মহাশিৱৰাত্ৰী পূজাৰ বিশাল আয়োজন

ডবকা,২৬ফেব্ৰুৱাৰী : ডবকাৰ আকাশীগঙ্গাতো মহাশিৱৰাত্ৰী পূজাৰ বিশাল আয়োজন ৷

ৰাজ্যৰ আন আন প্ৰান্তৰ সমান্তৰালকৈ ডবকাৰ আকাশীগঙ্গাতো মহা শিৱৰাত্ৰীৰ মহা আয়োজন(Maha Shivratri) ৷

শ্ৰী শ্ৰী আকাশীগঙ্গা শিৱথানত এইবাৰ পাঁচদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব মহাশিৱৰাত্ৰী পূজা ।

মহাশিৱৰাত্ৰি পূজা উপলক্ষে আকাশীগঙ্গাতো আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে।

ইতিমধ্যে প্ৰস্তুতি সম্পন্ন কৰি তুলিছে শিৱথান পৰিচালনা কমিটিয়ে ।

এইবাৰ কি কি কাৰ্যসুচী থাকিব সেয়া এক সংবাদমেল যোগে জনাইছে শিৱথান পৰিচালনা কমিটিয়ে।

লগতে পঢ়ক:WATCH | AMSU protests: ডবকাৰ ৰাজহ চক্ৰ কাৰ্যালয়ৰ চৌহদত উত্তাল প্ৰতিবাদ