WATCH | Maha Shivratri : আজি মহা শিৱৰাত্ৰী
শিৱসাগৰ,২৬ফেব্ৰুৱাৰী : আজি মহা শিৱৰাত্ৰী।
সমগ্ৰ দেশৰ লগতে ঐতিহাসিক শিৱসাগৰতো ২৫ ফেব্ৰুৱাৰী পৰা অনুষ্ঠিত হৈছে শ্ৰী শ্ৰী মহা শিৱৰাত্ৰী পূজা আৰু মেলা ।
আজি দ্বিতীয়টো দিন । দ্বিতীয় দিনাও অগনন ভক্তৰ সমাগম ঘটিছে ঐতিহাসিক শিৱসাগৰত(Maha Shivratri)।
লোকে লোকাৰণ্য হৈ পৰিছে ঐতিহাসিক শিৱসাগৰ ।
পুৱাৰ পৰা আৰম্ভ হৈছে জলধলা পৰ্ব ।