WATCH | Maha Shivratri: ৰঙিয়াত নিৰ্মাণ কৰি উলিওৱা হৈছে ২৫উচ্চতাৰ শিৱলিংগ
ৰঙিয়া,২৭ফেব্ৰুৱাৰী : ৰঙিয়া উত্তৰ গৰিয়াকোঠ শিৱ মন্দিৰ প্ৰাংগণত ৩৯তম শিৱৰাত্ৰী পূজা উৎযাপন।
নিৰ্মাণ কৰি উলিওৱা হৈছে ২৫উচ্চতাৰ শিৱলিংগ(Maha Shivratri)।
যাৰ বাবে আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে এই পূজাভাগ।
লগতে পঢ়ক :WATCH | Maha Shivratri: নলবাৰীত পথ মেৰামতি কৰি শিৱ পূজাৰ আয়োজন!