WATCH | Maha Shivratri: নলবাৰীত পথ মেৰামতি কৰি শিৱ পূজাৰ আয়োজন!
নলবাৰী,২৭ফেব্ৰুৱাৰী : নলবাৰীত পথ মেৰামতি কৰি শিৱ পূজাৰ আয়োজন! নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ ১ নং জয়সাগৰ ৰাজহুৱা শিৱ মন্দিৰৰ সৌজন্যত ২০ তম্ বাৰ্ষিক মহা শিৱৰাত্ৰীৰ ব্যাপক আয়োজন।
তিনিদিনীয়া কাৰ্য্যসূচীৰে ব্যাপক আয়োজন। আজি দ্বিতীয় দিনা স্থানীয় শিল্পীৰ দ্বাৰা গীত পৰিৱেশন। চেলফিৰ পইন্টত হেতা ওপৰা চেলফি ল’বলৈ(Maha Shivratri)।
“মন কৰিলেই চন বাকৰি মাটিতেই ধন।”- আপ্তবাক্যশাৰি শিৰোগত কৰি জয়সাগৰ গাঁওৰ কেইজনমান উদীয়মান যুৱকৰ ব্যতিক্ৰমী প্ৰচেষ্টাৰে জয়সাগৰৰ শান্তিপুৰ লাউঠাৰিত গঢ়ি উঠিছিল এটা ৰাজহুৱা শিৱ মন্দিৰৰ। অনুষ্ঠানটিত প্ৰতিবছৰে বিভিন্ন প্ৰান্তৰ ভক্তপ্ৰাণ ৰাইজে ব্যাপক ভিৰ কৰা দেখা যায়।
লগতে পঢ়ক :Maha Shivratri: মহা শিৱৰাত্ৰী;ৰাজ্যজুৰি দেবৰো দেৱ মহাদেৱক আৰাধনা