Local, Vocal, Global

WATCH |Maha Kumbh Mela : মহাকুম্ভ মেলাত ভিডিঅ’ কলত স্বামীক স্নান কৰালে পত্নীয়ে

নিউজ ডেস্ক,২৬ফেব্ৰুৱাৰী : আধুনিক যুগৰ,আধুনিক ভক্তি ।

ভিডিঅ’ কলত স্বামীক স্নান কৰালে পত্নীয়ে ।

আজি অন্তিমটো দিন প্ৰয়াগৰাজৰ মহাকুম্ভ মেলা(Maha Kumbh Mela)

প্ৰয়াগৰাজৰ মহাকুম্ভ মেলাত এগৰাকী পত্নীয়ে নিজৰ স্বামীক এনেদৰে স্নান কৰা দেখা পোৱা গৈছে ।

স্বামী ঘৰত বিচনাত আৰাম কৰি আছে আৰু পত্নীয়ে মবাইলত ভিডিও কল কৰি এনেদৰে পানীত ডুৱাই কৰিলে কৰালে স্নান স্বামীক ।

পৃথিৱীৰ এইটোৱে ছাগে প্ৰথমটো মবাইল সৰ্গলৈ যাব ।

লগতে পঢ়ক :WATCH | Amit Shah: গো-মাতাক শুশ্ৰষা গৃহমন্ত্ৰী অমিত শ্বাহৰ