Magh Bihu :হেঁপাহৰ ভোগালী বিহুলৈ মাজত মাথোঁ কেইটামান দিন বাকী
সোণাপুৰ,২৯ডিচেম্বৰ : হেঁপাহৰ ভোগালী বিহুলৈ মাজত মাথোঁ কেইটামান দিন বাকী।
সমগ্ৰ ৰাজ্যজুৰি ভোগালীক আদৰাৰ বাবে চলিছে ব্যাপক প্ৰস্তুতি(Magh Bihu)।
সমগ্ৰ ৰাজ্যৰ সমান্তৰালকৈ সোণাপুৰৰ এৰাবাৰী গাওঁতো চলিছে হেঁপাহৰ ভোগালীক আদৰাৰ ব্যাপক প্ৰস্তুতি।
প্ৰতিবছৰে এৰাবাৰী গাওঁৰ প্ৰায় ১২৫ ঘৰ লোকে একেলগে ভোগালী পালন কৰে।
লগতে পঢ়ক :Prisoner takes own life in District Jail:অভয়াপুৰী জিলা কাৰাগাৰত আচামীৰ আত্মহনন