WATCH | Madhya Pradesh News: ‘গায় হামাৰী মাতা হে ,পুলিচ হামাৰে বাপ হে’
নিউজ ডেস্ক,৬মাৰ্চ : গো-হত্যাকাৰীক ৰাজপথত আৰক্ষীয়ে লাঠিৰে মাৰি মাৰি ‘গায় হামাৰী মাতা হে ,পুলিচ হামাৰে বাপ হে’ কবলৈ দিয়া শুনা পোৱা গৈছে। পুনৰ এবাৰ এই ভিডিওটো মন কৰক ।
এই আচৰ্যজনক ঘটনা হৈছে মধ্য প্ৰদেশৰ। মধ্য প্ৰদেশৰ উজ্জয়নত গো হত্যাকাৰীক ওপৰত আৰক্ষীৰ লাঠি চাৰ্য এনেদৰে ৰাজপছত দেখা পোৱা গৈছে। আৰক্ষীৰ এনে কাণ্ডক ৰাজপথৰ কাষতে থকা লোকে ৰ লাগি তাই গৈছে আৰু একপ্ৰকাৰ আমোদ লোৱা দেখা পোৱা গৈছে(Madhya Pradesh News)।
ঘটনাৰ তথ্য অনুসৰি মধ্য প্ৰদেশৰ উজ্জয়নত জৈথলৰ কাষত তিনি যুৱকে গো হত্যা কৰিবলৈ একপ্ৰকাৰ চেষ্টা চলাইছিল । আৰক্ষী পাইয়ে ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষীৰ উমান পাইয়ে ঘটনাস্থলীৰ পৰা তিনিজন কৈ যুৱক পলায়ন কৰে। আৰু তাৰ পাছতেই আৰক্ষী সমগ্ৰ ঘটনাৰ ওপৰত তদন্ত চলাই। তদন্ত চলাইয়ে দুজনকৈ যুৱকক আটক কৰি এনেদৰে ৰাজপছত লাঠিৰে মাৰি মাৰি গো হত্যাহাৰী দুই যুৱকক কব দিয়া হৈছ গায় হামাৰী মাতা হে পুলিচ হামাৰে বাপ হে ।
এই সমগ্ৰ ঘটনাক লৈ বজৰং দলে আৰক্ষীক ধন্যবাদ জনাইছে। ভিডিওটো সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পাছতেই বহুতেই আৰক্ষীক ধিক্কাৰ দিয়া দেখা পোৱা গৈছে । আৰক্ষীয়ে নিজকে বাপ বুলি কবলৈ দিয়া কাৰ্যক গৰিহনা দিয়া দেখা পোৱা গৈছে।
লগতে পঢ়ক :WATCH | Snake bite: বিষাক্ত সাপে গৰ্ভৱতী মহিলাক দংশন কৰিলে নষ্ট হয় ভ্ৰুণ! পিছে এই কথা কিমান সত্য ?