Local, Vocal, Global

WATCH | Madhya Pradesh Incident : ব্যক্তিগত চিকিৎসালয়ত ভয়ংকৰ লুণ্ঠনৰাজ

নিউজ ডেস্ক,৬মাৰ্চ : চিকিৎসকে ক’লে ৰোগী ক’ মাত আছে। বহু টকাৰ দৰকাৰ হব,টকা লৈ আহক।
অলপ পাছতেই ক’ মাত থকা ৰোগী ওলাই আহিল বাহিৰলৈ । ব্যক্তিগত চিকিসালয়ত ভয়ংকৰ লুণ্ঠনৰাজ

এই যুৱকজনলৈ মন কৰক। গোটেই শৰীৰত বেণ্ডিজ লগোৱা আছে। হাতত লগোৱা আছএ চেলাইন। নাকত গ্লকোজৰ পাইপ। চিকিৎসালয়ৰ বিচনাৰ পৰাই এনেদৰে ওলাই আহি চিকিসালয় খনৰ বিৰুদ্ধে অভিযোগ তুলিছে। পৰিয়ালৰ লোকক মিছা কথা কৈ বহু টকা লুণ্ঠন কৰাৰ সড়যন্ত্ৰ ৰচিছে চিকিয়ালয় খনে(Madhya Pradesh Incident)।

আচলতে ঘটনাটো হৈছে মধ্যপ্ৰদেশৰ। মধ্যপ্ৰদেশৰ গীতা দেৱী ৰতলাম চিকিসালয় খনত যুৱক জনক সংকটজনক অৱস্থাত ভৰ্তি কৰাৰ পাছতেই চিকিসকে তাতক্ষনিক চিকিসা কৰি ঘৰৰ পৰিয়ালৰ লোকক কৈছিল যে আপোনালোকৰ ৰোগী কমাত গৈছে। কমাত পৰা ঘুৰি আহবলৈ বহু টকাৰ প্ৰয়োজন হব আপোনালোকে টকা লৈ আহক।

চিকিসকৰ কথা শুনি পৰিয়ালৰ লোকে চিকিসালয়ৰ বাহিৰত দুখ মনেৰে বহি আছিল তেনেতেই হঠাত চিকিৎসালয়ৰ বিচনাৰ পৰা নাকত লগোৱা গ্লকোজৰ পাইপ ছিঙি ওলাই আহিল কমাত থকা যুৱকজন। ওলাই আহিয়ে চিকিসালয়ৰ খনৰ লুণ্ঠনৰাজৰ কথা কৈছে । পৰিয়ালৰ লোকক মিছা কথা একপ্ৰকাৰ বহু টকা লুণ্ঠন কৰাৰ চেষ্ঠা চলাইছে এই চিকিসালয় খনে।

ইয়াৰ পাছতেই চিকিসা সন্মুখত এক হুলস্থৰ পৰিৱেশ সৃষ্ঠি হয়। ইতিমধ্যে আৰক্ষীয়ে চিকিসালয় খনৰ বিৰুদ্ধে আৰম্ভ কৰিছে তদন্ত।সেয়ে আপোনালোকেও সাৱধান হব। আজি কালী যতে ততে বহু ধৰণৰ ব্যক্তিগত নাৰ্চিং হোম দেখা পোৱা যায়। টকাৰ লোভত একাংশ চিকিৎসালয়ে আপোনাৰ সৰ্বহাৰা কৰিব পাৰে।

লগতে পঢ়ক : WATCH | Heated situation: এগৰাকী ছাত্ৰক ৰডেৰে গুৰুলা গুৰুলকৈ প্ৰহাৰ প্ৰধান শিক্ষকৰ