WATCH | Lurinjyoti Gogoi :‘গৌৰৱ গগৈয়ে নিজেই প্ৰধানমন্ত্ৰীলৈ চিঠি লিখিব লাগে’
নিউজ ডেস্ক,২৬মে’ : ‘বিষয়টো দেশৰ নিৰাপত্তাৰ লগত জড়িত’
‘বৈদেশিক মন্ত্ৰালয়ে গুৰুত্বসহকাৰে বিষয়টো ল’ব লাগে’
‘বিষয়টোক লৈ ৰাজনীতি কৰাটো ভাল হোৱা নাই’
‘গৌৰৱ গগৈয়ে নিজেই প্ৰধানমন্ত্ৰীলৈ চিঠি লিখিব লাগে’
‘ আইএছআই লিংকৰ কথা আহিলে কথাটো ছিৰিয়াছ হয়’
‘অসমৰ জনতাকো সকলো খুলাখুলিকৈ ক’ব লাগে’
গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত প্ৰতিক্ৰিয়া লুৰিণজ্যোতি গগৈৰ(Lurinjyoti Gogoi)
লগতে পঢ়ক : WATCH | Jagiroad News : জাগীৰোডত নিষিদ্ধ থাইলেণ্ড মাগুৰ জব্দ