WATCH | Lurinjyoti Gogoi : ‘মুখ্যমন্ত্ৰীয়ে ভংগ কৰিছে নিৰ্বাচনী আচৰণ বিধি’
নিউজ ডেস্ক,২২এপ্ৰিল : ‘গছ পুলি ৰোৱা পইচা কেতিয়াই পাব’
‘লাখপতি বাইদেউৰ পইচা ৰাইজে পালেনে ? ‘
‘বিজেপি ৰাম ঠগন পাৰ্টী’
‘প্ৰলোভন দি, ভয় খুৱাই বেছি দিন চলিব নোৱাৰে’
‘মুখ্যমন্ত্ৰীয়ে ভংগ কৰিছে নিৰ্বাচনী আচৰণ বিধি’
‘প্ৰশাসন আৰু পুলিচক ৰাজনৈতিক হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰাৰ বাবে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে লব লাগে ব্যৱস্থা’
মন্তব্য অজাপ সভাপতি লুৰিণজ্যোতি গগৈৰ(Lurinjyoti Gogoi)
লগতে পঢ়ক : WATCH | Nalbari News : টিহু বিধানসভা সমষ্টিত ব্যাপক নিৰ্বাচনী প্ৰচাৰ